সুশান্ত মানসিক ৰোগী হ'বই নোৱাৰে, শিশুৰ দৰে আছিল সুশান্ত- অংকিতাৰ বিস্ফোৰণ

সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে পিতৃৰ গুৰুতৰ অভিযোগৰ পাচতে এইবাৰ মুখ খুলিছে সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অংকিতা লৌখান্দেই ।

সুশান্ত মানসিক ৰোগী হ
NEWZNOW
NEWZNOW

July 31,2020 11:15

সুশান্তৰ মৃত্যুৰ পাচত ভাঙি পৰা অংকিতাই এক সাক্ষাত্কাৰত সুশান্ত মানসিক ৰোগী হ'বই নোৱাৰে, শিশুৰ দৰে আছিল সুশান্ত । সুশান্তে আত্মহত্যা কৰিবই নোৱাৰে । তেওঁ সদায় ডায়েৰি লিখিছিল, ছবিজগতত কামৰ ক্ষেত্ৰত বিফল হ'লে খেতি কৰাৰ লগতে চুটি ছবি কৰাৰ পৰিকল্পনা কৰিছিল সুশান্তে । সুশান্তে এই খেতি কৰাৰ আশা পুহি ৰখাৰ কথা ইতিমধ্যে সুশান্তৰ পিতৃ কে কে সিঙেও উল্লেখ কৰিছিল।

এনেদৰে সুশান্ত সন্দৰ্ভত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে অংকিতাই ।