সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব সঞ্জয় লীলা ভাঞ্চালী
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব সঞ্জয় লীলা ভাঞ্চালী

ইতিমধ্যে সঞ্জয় লীলা ভাঞ্চালীলৈ আৰক্ষীয়ে চমন জাৰি কৰিছে

এইবাৰ আমিৰ খানৰ ঘৰত কৰোনাৰ আক্ৰমণ
এইবাৰ আমিৰ খানৰ ঘৰত ক'ৰোনাৰ আক্ৰমণ !

এই কথা খোদ টুইটাৰযোগে জনাইছে আমিৰ খানে

আৰ্থিক সংকট আৰু ডিপ্ৰেছনত ভুগিছে এইজন অভিনেতা ছচিয়েল মিডিয়াত কৰিছে কামৰ অনুৰোধ
আৰ্থিক সংকট আৰু ডিপ্ৰেছনত ভুগিছে এইজন অভিনেতা, ছ'চিয়েল মিডিয়াত কৰিছে কামৰ অনুৰোধ

মই বিষাদৰ চৰমসীমাত উপনীত হৈছোহি। মোক এই সময়ত কামৰ বৰ প্ৰয়োজন হৈছে

মোৰ গৰ্ভত পুনৰ্জন্ম লব সুশান্তই- এই দাবী ৰাখী ছাৱন্তৰ
''মোৰ গৰ্ভত পুনৰ্জন্ম ল'ব সুশান্তই''- এই দাবী ৰাখী ছাৱন্তৰ !

ৰাখীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ'ৰ জৰিয়তে জনাইছে এই দাবী

বীমা এজেণ্ট আছিল অমৰীশ পুৰীঅভিনয়ৰ বাবে এৰিছিল চাকৰি
বীমা এজেণ্ট আছিল অমৰীশ পুৰী,অভিনয়ৰ বাবে এৰিছিল চাকৰি

তিনিটা দশকজুৰি বলীউডত ৰাজত্ব কৰা এজন খলনায়ক,নায়কতকৈও অধিক জনপ্ৰিয় তেওঁ

সুশান্তৰ অনুৰাগীসকলক সমৰ্থন কৰক- ছলমান খানৰ এই অনুৰোধ তেওঁৰ অনুৰাগীলৈ
''সুশান্তৰ অনুৰাগীসকলক সমৰ্থন কৰক''- ছলমান খানৰ এই অনুৰোধ তেওঁৰ অনুৰাগীলৈ

বলীউডত একনায়কত্ববাদ চলাই বুলি ছলমান খানকো জগৰীয়া কৰা হৈছে

বলীউডৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ পৰাও আহিব পাৰে আত্মহত্যাৰ খবৰ বিস্ফোৰক মন্তব্য চনু নিগমৰ
বলীউডৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ পৰাও আহিব পাৰে আত্মহত্যাৰ খবৰ! বিস্ফোৰক মন্তব্য চনু নিগমৰ

এটা ভিডিঅ’ বাৰ্তা যোগে চনু নিগমে সাম্প্ৰতিক সংগীতখনৰ বিষয়ে কৈছে

ছলমান খানৰ বাবেই ন্যায় নাপালে অভিনেত্ৰী জীয়া খানে
ছলমান খানৰ বাবেই ন্যায় নাপালে অভিনেত্ৰী জীয়া খানে

ছালমানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিলে জীয়াৰ মাতৃ ৰাবিয়া খানে

সুশান্তৰ আত্মহত্যাঃ ছলমান খানকৰণ জোহৰএকতা কাপুৰ সঞ্জয় লীলা বাঞ্চালীসহ ৮ জনৰ বিৰুদ্ধে গোচৰ ৰুজু
সুশান্তৰ আত্মহত্যাঃ ছলমান খান,কৰণ জোহৰ,একতা কাপুৰ, সঞ্জয় লীলা বাঞ্চালীসহ ৮ জনৰ বিৰুদ্ধে গোচৰ ৰুজু

সুশান্তৰ আত্মহত্যাৰ সঠিক উত্তৰ এতিয়াও পোৱা নাই যদিও বলীউডে কৰি অহা শোষণৰ ফলত হতাশাত ভূগিয়েই তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ'ল বুলি অভিযোগ উত্থাপন হৈছে

সুশান্তৰ মৃত্যু আছিল অসহনীয় অভিনেতাগৰাকীৰ বৌৱেকৰ মৃত্যু
সুশান্তৰ মৃত্যু আছিল অসহনীয়, অভিনেতাগৰাকীৰ বৌৱেকৰ মৃত্যু

সুশান্তৰ মৃত্যুৰ পাচত এইবাৰ বৌৱেকৰ মৃত্যু । পৰিয়ালত হাহাকাৰ ।

সুশান্তৰ মৃতদেহৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ
সুশান্তৰ মৃতদেহৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ

ডিঙিত ফাঁচীৰ স্পষ্ট চিন থকা ফটোও বহু লোকে নিজৰ নিজৰ একাউণ্ট যোগে শ্বেয়াৰ কৰিছে

ৰিল লাইফত আত্মহননৰ পথ বাছি নোলোৱাৰ বাণী বিলাই ৰিয়েল লাইফত নিজেই বাছি ললে সেই চৰম পন্থা
ৰিল লাইফত আত্মহননৰ পথ বাছি নোলোৱাৰ বাণী বিলাই ৰিয়েল লাইফত নিজেই বাছি ল'লে সেই চৰম পন্থা ...

আজি মুম্বাইত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বলীউডৰ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ ।

এইবাৰ বিমানযোগে মুম্বাইৰ পৰা ১৭০জন শ্ৰমিকক অসমলৈ পঠিয়ালে চনু সুদে
এইবাৰ বিমানযোগে মুম্বাইৰ পৰা ১৭০জন শ্ৰমিকক অসমলৈ পঠিয়ালে চনু সুদে

এয়াৰ এছিয়াৰ বিমানযোগে শিলচৰৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰত উপস্থিত হ’ল এই শ্ৰমিকসকল

কৰোনা টেষ্টৰ ৰিপৰ্ট আহিল অভিনেত্ৰী জাহ্নবী কাপুৰৰকি আছে এই ৰিপৰ্টত
ক'ৰোনা টেষ্টৰ ৰিপ'ৰ্ট আহিল অভিনেত্ৰী জাহ্নবী কাপুৰৰ,কি আছে এই ৰিপৰ্টত ?

বিগত সপ্তাহত ৩ জন ষ্টাফ মেম্বাৰক পোৱা গৈছিল ক'ৰোনা পজিটিভ

অভিনেত্ৰী তথা কেবিনেট মন্ত্ৰীৰ এই পৰিয়ালৰ ২৩ জন আক্ৰান্ত কভিড-১৯ত
অভিনেত্ৰী তথা কেবিনেট মন্ত্ৰীৰ এই পৰিয়ালৰ ২৩ জন আক্ৰান্ত ক'ভিড-১৯ত

সম্প্ৰতি আটাইকেইজনকেই হৃষিকেশৰ AIIMSত চিকিৎসাধীন হৈ আছে

বলীউডৰ প্ৰখ্য়াত সংগীত পৰিচালক ৱাজিদ খানৰ দেহাৱসান
বলীউডৰ প্ৰখ্য়াত সংগীত পৰিচালক ৱাজিদ খানৰ দেহাৱসান

৪২ বছৰত মৃত্যু জনপ্ৰিয় গায়ক তথা সংগীত পৰিচালকগৰাকীৰ ।

মৃত্যুৰ পূৰ্বে  ইৰফান খানে কৰি গৈছিল এটা মহান কাম
মৃত্যুৰ পূৰ্বে ইৰফান খানে কৰি গৈছিল এটা মহান কাম

যাৰ বিষয়ে কাকো নজনাবলৈ কৈ গৈছিল বন্ধুক

চাটনি বনাবলৈ গৈ হাস্পতালত চিকিৎসাধীন হল এইগৰাকী অভিনেত্ৰী
চাটনি বনাবলৈ গৈ হাস্পতালত চিকিৎসাধীন হ'ল এইগৰাকী অভিনেত্ৰী !

ঘৰৰ ভিতৰতে মানুহ আটাইতকৈ সুৰক্ষিত যদিও বিপদ ক'ত কেতিয়া কেনেকৈ উপস্থিত হয়হি সেয়া কোনেও ক'ব নোৱাৰে