dobarapoocho মানসিক স্বাস্থ্য সন্দৰ্ভত অভিনেত্ৰী দীপিকা পাদুকনৰ সজাগতা অভিযান
DobaraPoocho: মানসিক স্বাস্থ্য সন্দৰ্ভত অভিনেত্ৰী দীপিকা পাদুকনৰ সজাগতা অভিযান

দীপিকাই নিজৰ  NGOৰ যোগেদি মানসিক হতাশাই কৰিব পৰা ক্ষতি সম্পৰ্কে মাত মাতি আহিছে

এইবাৰ আমিৰ খানৰ ঘৰত কৰোনাৰ আক্ৰমণ
এইবাৰ আমিৰ খানৰ ঘৰত ক'ৰোনাৰ আক্ৰমণ !

এই কথা খোদ টুইটাৰযোগে জনাইছে আমিৰ খানে

জনপ্ৰিয় পাতাল লোকত অসমৰ কিশোৰৰ দুৰ্দান্ত অভিনয়
জনপ্ৰিয় 'পাতাল লোক'ত অসমৰ কিশোৰৰ দুৰ্দান্ত অভিনয়

কিশোৰজন গুৱাহাটীৰ বোদ্ধিসত্ত্ব শৰ্মা। যাৰ অভিনয়ে মুগ্ধ কৰিছে সকলো স্তৰৰ দৰ্শককে

কৰোনাই ক্ষতিগ্ৰস্ত কৰা সকললৈ ৯ কোটি৪৫ লাখ ১৬ হাজাৰ টকাৰ আৰ্থিক অনুদান হেৰি পটাৰৰ স্ৰষ্টা জেকে ৰাউলিঙৰ
ক'ৰোনাই ক্ষতিগ্ৰস্ত কৰা সকললৈ ৯ কোটি,৪৫ লাখ, ১৬ হাজাৰ টকাৰ আৰ্থিক অনুদান হেৰি পটাৰৰ স্ৰষ্টা জে.কে. ৰাউলিঙৰ

ঘৰুৱা হিংসা তথা অত্যাচাৰৰ বলি হোৱা সকলৰ বাবেও এই ধনৰাশি ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰিছে জে.কে. ৰাউলিঙে৷

ৰামায়ণৰ বিশ্ব অভিলেখ
ৰামায়ণৰ বিশ্ব অভিলেখ

দেশত চলি খকা লকডাউনৰ বাবে পুনৰ সম্প্ৰচাৰ হৈছে তিনি দশক পূৰ্বে ভাৰতীয় জনসাধাৰণৰ বিপুল ভাৱে জনপ্ৰিয় হোৱা এখন ধাৰাবাহিক । সেই জনপ্ৰিয় ধাৰাবাহিক খন হৈছে ৰামানন্দ সাগৰৰ ৰামায়ণ ।