ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে ৫খনকৈ যুঁজাৰু ৰাফেল

২৯ জুলাইত ভাৰত আহি পাব যুঁজাৰু বিমানকেইখন ।

ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে ৫খনকৈ যুঁজাৰু ৰাফেল
NEWZNOW
NEWZNOW

July 27,2020 02:17

চীনৰ সৈতে ভাৰতৰ সংঘাতৰ মাজতে ভাৰতে ক্ষিপ্ৰতাৰে বৃদ্ধি কৰিবলৈ লৈছে নিজৰ শক্তি । যাৰ বাবে ফ্ৰান্সৰ পৰা আজি ভাৰতলৈ উৰা মাৰিছে ৫খনকৈ যুঁজাৰু বিমানে । ২৯ জুলাইত বুধবাৰে হাৰিয়ানাৰ অম্বালা আম্বালা স্থিত এয়াৰ ফৰ্চ ষ্টেণ্ডত অৱতৰণ কৰিব যুঁজাৰু বিমানকেইখনে । অহা মাহত ৰাফেল কেইখন বায়ুসেনাত সংযুক্ত কৰা হ'ব ।