সূৰ্যগ্ৰহণৰ দিনাই অসমত ভূমিকম্পৰ জোঁকাৰণি

দেওবাৰে বিয়লি ৪.০৭বজাত গুৱাহাটীত অনূভুত হয় ভূমিকম্পৰ জোকৰণি

সূৰ্যগ্ৰহণৰ দিনাই অসমত ভূমিকম্পৰ জোঁকাৰণি
NEWZNOW
NEWZNOW

June 21,2020 06:36

সূৰ্যগ্ৰহণৰ দিনাই ৰাজ্য জোঁকাৰি গ’ল ভূমিকম্পই। মেঘালয়, মণিপুৰ, আৰু মিজোৰামতো ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়।  দেওবাৰে বিয়লি ৪.০৭বজাত গুৱাহাটীত অনূভুত হয় ভূমিকম্পৰ জোকৰণি। ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৫.১।

 

ভূমিকম্পৰ অভিকেন্দ্ৰ মিজোৰামৰ আইজল। গুৱাহাটীৰ কাষৰীয়া অঞ্চলতো ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীৰ সমান্তৰালভাৱে শিলচৰতো ভূমিকম্পৰ জোকাৰণি।

 

এই ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতিৰ বাতৰি এতিয়ালৈকে পোৱা হোৱা নাই।