মণিপুৰত মাওবাদীৰ আক্ৰমণত মৃত্যু অসমৰ সেনা জোৱানৰ

৩৭ বছৰ বয়সতে অকাল মৃত্যুক সাৱটিলে প্ৰণয় কলিতাই


মণিপুৰত মাওবাদীৰ আক্ৰমণত মৃত্যু অসমৰ সেনা জোৱানৰ
NEWZNOW
NEWZNOW

July 30,2020 04:59

মণিপুৰত অসম ৰাইফলচৰ জোৱানৰ ওপৰত আক্ৰমণ। মাওবাদীৰ আক্ৰমণত প্ৰাণ গ'ল বজালীৰ সেনা জোৱানৰ। বজালীৰ ঘটবৰ সাদেৰীৰ জোৱানজনৰ নাম প্ৰণয় কলিতা।  মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৭ বছৰ।

 

২০০১ চনত অসম ৰাইফলচত নিযুক্তি পাইছিল প্ৰণয় কলিতাই।

 

মৃত্যুৰ সময়ত তেওঁ দুই কন্যা শিশু সহ পত্নীক ইহসংসাৰত এৰি থৈ যায়।