ত্ৰিপুৰাত সম্পূৰ্ণ লকডাউন ঘোষণা ...

ত্ৰিপুৰাত সম্পূৰ্ণ লকডাউন ঘোষণা ...
NEWZNOW
NEWZNOW

July 26,2020 02:04

  • সোমবাৰৰ পৰা ত্ৰিপুৰাত সম্পূৰ্ণ লকডাউন।
  • ক'ৰোনাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত গ্ৰহণ ।
  • ৩দিনৰ বাবে অব্যাহত থাকিব লকডাউন।
  • বিয়লি ভাগৰ পৰা প্ৰযোজ্য হ'ব এই লকডাউন।
  • সকলো লোকৰে গৃহবন্দী হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ।