তিনি তালাক আইনৰ বৰ্ষপূৰ্তিঃ মুছলমান মহিলাৰ অধিকাৰ দিৱস ৰূপে উদযাপন ...

তিনি তালাক আইনৰ বৰ্ষপূৰ্তিঃ মুছলমান মহিলাৰ অধিকাৰ দিৱস ৰূপে উদযাপন ...
NEWZNOW
NEWZNOW

August 1,2020 05:05

১ আগষ্ট , এটা ঐতিহাসিক দিন । আজিৰ দিনটো উদযাপন কৰা হয় মুছলমান মহিলা অধিকাৰ দিৱস ৰূপে । কিয়নো বিগত বৰ্ষৰ আজিৰ দিনটোৰ পৰাই এই তিনি তালাক আইন কাৰ্যকৰী হৈছিল সমগ্ৰ দেশত । 

তিনি তালাক প্ৰথাৰ অন্ত পেলোৱাৰ উদ্দেশ্যে বিগত বৰ্ষৰ ৩১ জুলাইত গৃহীত হৈছিল তিনি তালাক আইন ৷ ইয়াৰ পৰৱৰ্তী দিনাই এই বিধেয়কে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ লগতে ১ আগষ্টৰ পৰা কাৰ্যকৰী হৈছিল আইনখন আৰু এই দিনটোকে 'মুছলিম মহিলাৰ অধিকাৰ দিৱস' হিচাপে সমগ্ৰ দেশতে পালন কৰা হয় ৷