মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা পাইলটক অপসাৰণ কংগ্ৰেছৰ ...

ৰাজস্থানৰ ৰাজনৈতিক সমীকৰণৰ জল্পনা-কল্পনা অন্তৰ পথত ।

মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা পাইলটক অপসাৰণ কংগ্ৰেছৰ ...
NEWZNOW
NEWZNOW

July 14,2020 03:26

মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি ৰাজস্থানৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰত বিসম্বাদ সৃষ্টি কৰা উপ মুখ্যমন্ত্ৰী শচীন পাইলটক অৱশেষত অপসাৰণ ৰাজ্যপালৰ ।

 

মুখ্যমন্ত্ৰী অশোক গেহলটৰ প্ৰস্তাৱমৰ্মে ৰাজ্যপাল কালৰাজ মিশ্ৰাই শচীন পাইলটক উপমুখ্যমন্ত্ৰী আৰু পাইলটৰ সমৰ্থনত থকা দুই মন্ত্ৰী ক্ৰমে বিশ্বভেনদৰ সিং আৰু ৰমেশ মিনাকো অপসাৰণ কৰা হয় মন্ত্ৰীত্ব পদৰ পৰা ।