ক’ৰোনাত আক্ৰান্ত অসম বিধানসভাৰ উপাধ্যক্ষ তথা কাছাৰৰ সোণাই সমষ্টিৰ বিধায়ক

তেওঁৰ গাড়ী চালকৰ দেহতো পোৱা গৈছে কোভিড-১৯ পজিটিভ

ক’ৰোনাত আক্ৰান্ত অসম বিধানসভাৰ উপাধ্যক্ষ তথা কাছাৰৰ সোণাই সমষ্টিৰ বিধায়ক
NEWZNOW
NEWZNOW

July 28,2020 03:56

এইবাৰ ক’ৰোনাত আক্ৰান্ত হৈছে অসম বিধানসভাৰ উপাধ্যক্ষ তথা কাছাৰ জিলাৰ সোণাই সমষ্টিৰ বিধায়ক আমিনূল হক লস্কৰ।

 

জানিব পৰা গৈছে যে কিছুমান আগতে তেওৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ আহে আৰু তেওঁৰ লগত তেওঁৰ গাড়ী চালকৰ দেহতো পোৱা গৈছে কোভিড-১৯ পজিটিভ।

 

বিধায়কজনৰ সংস্পৰ্সলৈ অহা প্ৰতিজন লোকৰে কৰা হ'ব স্বাস্থ্য পৰীক্ষা।