পাকিস্তান ক্ৰিকেট দলক প্ৰচণ্ড কোব শোধাইছে কৰোনাই আক্ৰান্ত ১০ জন ক্ৰিকেটাৰ

পাকিস্তান ক্ৰিকেট দলক প্ৰচণ্ড কোব শোধাইছে ক'ৰোনাই! আক্ৰান্ত ১০ জন ক্ৰিকেটাৰ

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তান ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণলৈ যাব নে নাযায়?Read More

ভাৰতত কিয় ‘ফেয়াৰ এণ্ড লাভলি’ নামৰ ক্ৰীম আছে প্ৰশ্ন কৰিলে ক্ৰিকেটাৰ ডাৰেণ চামীয়ে
'ভাৰতত কিয় ‘ফেয়াৰ এণ্ড লাভলি’ নামৰ ক্ৰীম আছে?' প্ৰশ্ন কৰিলে ক্ৰিকেটাৰ ডাৰেণ চামীয়ে

''মানুহৰ গাৰ ৰঙক নহয় মানুহৰ কামকহে মানুহে গুৰুত্ব দিব লাগে''

wweৰ ৰিঙত আৰু দেখিবলৈ পোৱা নাযাব ছুপাৰ ষ্টাৰ অণ্ডাৰটেকাৰৰ যাদু
WWEৰ ৰিঙত আৰু দেখিবলৈ পোৱা নাযাব ছুপাৰ ষ্টাৰ অণ্ডাৰটেকাৰৰ যাদু

৩টা দশকজুৰি ৰিঙত দপদপাই থকা টেকাৰে ল'লে সন্যাস

চলিবলৈ নাই টকা উপায়ন্তৰ হৈ পৰ্ণ ইণ্ডাষ্ট্ৰীত ভৰি দিলে জনপ্ৰিয় কাৰ ৰেচাৰে
চলিবলৈ নাই টকা; উপায়ন্তৰ হৈ পৰ্ণ ইণ্ডাষ্ট্ৰীত ভৰি দিলে জনপ্ৰিয় কাৰ ৰেচাৰে !

পৰ্ণ ইণ্ডাষ্ট্ৰীত ভৰি থৈ মাত্ৰ ৬ দিনতে ১৮ লাখ টকা উপাৰ্জন কৰে ৰেণীয়ে

লকডাউন ভংগ কৰি  বিপদত ফুটবলাৰবিহিলে জৰিমনা
লকডাউন ভংগ কৰি বিপদত ফুটবলাৰ,বিহিলে জৰিমনা

ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰি বিপদত দুই ফুটবলাৰ । জৰিমনা ৰূপে বিহিব লগা হ'ল মোটা অংকৰ ধন ।

অৰ্জুন বঁটাৰ বাবে নাম মনোনয়ন অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ

টকিঅ’ অলিম্পিকৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত লাভলীনা বৰগোঁহাই

অৰ্জুন-পদ্মশ্ৰী বঁটা বিজয়ী তাৰকা বক্সাৰ ডিংকো সিং আক্ৰান্ত কভিড-১৯ত
অৰ্জুন-পদ্মশ্ৰী বঁটা বিজয়ী তাৰকা বক্সাৰ ডিংকো সিং আক্ৰান্ত ক'ভিড-১৯ত

দীৰ্ঘদিন ধৰি যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে বক্সাৰগৰাকীয়ে

ৰাজীৱ গান্ধী খেলৰত্ন বঁটালৈ মনোনীত ৰোহিত শৰ্মা
ৰাজীৱ গান্ধী খেলৰত্ন বঁটালৈ মনোনীত ৰোহিত শৰ্মা!

অৰ্জুন বঁটাৰ বাবে মনোনীত শিখৰ ধৱন আৰু ঈশান্ত শৰ্মা!

কিংবদন্তি হকী খেলুৱৈ বলবীৰ সিং ছিনিয়ৰৰ দেহাৱসান
কিংবদন্তি হকী খেলুৱৈ বলবীৰ সিং ছিনিয়ৰৰ দেহাৱসান...

তিনিবাৰকৈ অলিম্পিকত স্বৰ্ণপদক বিজয়ী প্ৰখ্যাত খেলুৱৈগৰাকীৰ ৯৬ বছৰ বয়সত মৃত্যু ।

১০ জুনৰ পৰা অনুশীলনত নামিব bfi
১০ জুনৰ পৰা অনুশীলনত নামিব BFI

অলিম্পিকলৈ যোগ্যতা আহৰণ কৰা বক্সাৰ সকলক উদ্দেশ্যি পৰিকল্পনা কৰিছে BFI য়ে

১৭ বছৰীয়া অনুৰ্দ্ধৰ মহিলা ফিফা বিশ্বকাপ অনুষ্ঠিত হব ফেব্ৰুৱাৰী ২০২১ত
১৭ বছৰীয়া অনুৰ্দ্ধৰ মহিলা ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী ২০২১ত

চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ২-২১ তাৰিখলৈকে হোৱা কথা আছিল মহিলা ফিফা বিশ্বকাপ