স্বৰ্ণ পদকলৈ উন্নীত হ'ল হিমা দাসৰ এছিয়ান গেমছৰ ৰূপৰ পদক ...

স্বৰ্ণ পদকলৈ উন্নীত হ
NEWZNOW
NEWZNOW

July 24,2020 01:05

সুখবৰ । ২০১৮ত অনুষ্ঠিত হোৱা এছিয়ান গেমছত অসমকন্যা হিমা দাসে লাভ কৰা ৰূপৰ পদক স্বৰ্ণ পদকলৈ উন্নীত কৰা হৈছে ।

মিক্স ৰিলেৰ 4X400ৰ সেই দলটোত আছিল হিমা দাসৰ লগতে মহম্মদ আনাছ, এম আৰ পুৱাম্মা আৰু আৰোকিয়া ৰাজীৱ ।

স্বৰ্ণ পদক লাভ কৰা বাহৰেইন দলৰ এগৰাকী সদস্য ড'প টেষ্টত ব্যৰ্থ হোৱাৰ বাবে বাহৰেইনৰ দলটোক অযোগ্য ঘোষণা কৰা হয় ।