সংযুক্ত আৰৱত অনুষ্ঠিত হ'ব ত্ৰয়োদশ সংস্কৰণৰ আই পি এল

১৯ ছেপ্টেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব আই পি এল ৷

সংযুক্ত আৰৱত অনুষ্ঠিত হ
NEWZNOW
NEWZNOW

July 24,2020 04:52

  • সংযুক্ত আৰৱত অনুষ্ঠিত হ'ব ত্ৰয়োদশ সংস্কৰণৰ আই পি এল
  • ১৯ ছেপ্টেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ চলিব আই পি এল ৷
  • আই পি এলৰ চেয়াৰমেন ব্ৰিজেছ পেটেলে জানিবলৈ দিয়ে এই কথা ।
  • অৱশ্যে বিচিচি আইৰ তৰফৰ পৰা চূড়ান্ত ঘোষণা এতিয়াও হোৱা নাই ।
  • উল্লেখ্য যে, আই পি এলৰ আৰম্ভণি অনুষ্ঠান ২৯ মাৰ্চত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক'ৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে স্থগিত ৰখা হয় খেলখন ।