ক'ৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠা আৰক্ষী বিষয়া পুনৰ আক্ৰান্ত ক'ভিড১৯ত

জালুকবাৰী আৰক্ষী থাানাৰ আৰক্ষী বিষয়া পুনৰ আক্ৰান্ত হৈছে ক'ৰোনাত ।

ক
NEWZNOW
NEWZNOW

August 1,2020 02:28

ক'ৰোনাৰ আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে গুৱাহাটীত । গুৱাহাটীত ক'ৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱা এগৰাকী আৰক্ষী বিষয়া পুনৰ আক্ৰান্ত হৈছে ক'ভিড১৯ ভাইৰাছত। জালুকবাৰী থানাৰ সহকাৰী উপ পৰিদৰ্শক মণিৰাম কলিতা প্ৰথমে ক'ৰোনাত আক্ৰান্ত হৈ সুস্থ হৈছিল যদিও পুনৰ কৰা ক'ৰোনা পৰীক্ষাৰ ফলাফলত পুনৰ পজিটিভ আহে তেওঁৰ ফলাফল ।