বিপদ সীমাৰ ওপৰেৰে বৈছে নৈ-উপনৈসমূহৰ পানী, প্ৰতি ঘন্টাত ১-২ ছেন্টিমিটাৰলৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ ।

বিপদ সীমাৰ ওপৰেৰে বৈছে নৈ-উপনৈসমূহৰ পানী, প্ৰতি ঘন্টাত ১-২ ছেন্টিমিটাৰলৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ
NEWZNOW
NEWZNOW

June 29,2020 02:03

ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ । বিপদ সীমাৰ ওপৰেৰে বৈছে সকলো নৈ-উপনৈসমূহপৰ পানী । বিগত কিছু দিনৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত প্ৰতিঘন্টাত ১-২ ছেন্টিমিটাৰলৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । আজি ব্ৰহ্মপুত্ৰৰ জলস্তৰ হৈছে ৪৯.৮১ মিটাৰ ।

 

আনহাতে বৰনদী,বাহিনী,কাইলং,ভৰলু, মৰা ভৰলু নৈ সমূহৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক্ৰমান্বয়ে ৫২.৩৬, ৪৯.০২,৫৩.৩১,৪৯.০০,৪৭.৫৩ ।