দুদিনৰ বাবে শিথিল কৰা হ'ল আন্তঃজিলা যাতায়াত ব্যৱস্থা

৩২জন যাত্ৰীৰ পৰিৱৰ্তে ১৬জনকৈ যাত্ৰী নিয়াৰ নিৰ্দেশ

দুদিনৰ বাবে শিথিল কৰা হ
NEWZNOW
NEWZNOW

July 30,2020 04:22

ৰাইজৰ সুবিধাৰ্থে দুদিনৰ বাবে শিথিল কৰা হ'ল আন্তঃজিলা যাতায়াত ব্যৱস্থা। আজিৰে পৰা এই ব্যৱস্থা কৰা হৈছে।  আজি আৰু কাইলৈ যাব পাৰিব এখন জিলাৰ পৰা অন্য জিলালৈ। ব্যক্তিগত বাহনৰ লগতে যাব পাৰিব ASTCৰ বাছেৰেও।

 

এখন বাছত ৩২জন যাত্ৰীৰ পৰিৱৰ্তে ১৬জনকৈ যাত্ৰী নিয়াৰ নিৰ্দেশ প্ৰদান। দিনৰ ভাগতে গুৱাহাটীৰ পৰা উজনি-নামনিলৈ চলিব বাছ। ৰেড বাছ ডট কম যোগে যাত্ৰীয়ে বাছৰ টিকট বুকিং কৰিব পাৰিব।