সলনি হ'ল ৰাজ্যৰ শিক্ষাবৰ্ষ ....

কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ ।

সলনি হ
NEWZNOW
NEWZNOW

June 29,2020 05:23

ক'ৰোনাৰ পাচতে ৰাজ্যত সলনি হ'ল শিক্ষাবৰ্ষ । কেবিনেট বৈঠকত শিক্ষাবৰ্ষ সম্পৰ্কত লোৱা হৈছে এই সিদ্ধান্ত । ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ নতুন শিক্ষাবৰ্ষ । কেবিনেট বৈঠকৰ অন্তত এই কথা জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।