আৰম্ভ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ

আজি ৰমজানৰ প্ৰথমটো ৰোজা ৰাখিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে |

আৰম্ভ হ
NEWZNOW
NEWZNOW

April 25,2020 11:56

ক'ৰোনা সংহাৰৰ মাজতে আৰম্ভ হ'ল পবিত্ৰ ৰমজান মাহ | তাৰাবী নামাজৰ পাচতে পুৱতি নিশা চেহৰীৰে আৰম্ভ কৰা হ'ল ৰমজান মাহৰ ৰোজা |ত্যাগ আৰু সংযমৰ উদ্দেশ্যেৰে ক'ৰোনাময় আল্লাক চিন্তি ৰজা ৰাখিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে | সন্ধিয়া ইফতাৰত ফলমূল গ্ৰহণ কৰি ভংগ কৰিব ৰোজা |

ক'ৰোনাৰ সংহাৰ আৰু লকডাউনক লৈ এইবাৰৰ পৰিস্থিতি সুকীয়া যদিও ঘৰতে থাকি সকলো নীতি নিয়মৰ মাজেৰে আজি প্ৰথমটো ৰোজা ৰাখিছে সকলো ইছলাম ধৰ্মী লোকসকলে |