মছজিদত চলিল উচ্ছেদ, শেষ নামাজ আদায় কৰিলে মুছলমান ৰাইজে, গোৱালপাৰাৰ লখিপুৰৰ নলবাৰীৰ সংৰক্ষিত বনাঞ্চলৰ এটা মছজিদত চলিল উচ্ছেদ, সংৰক্ষিত বনাঞ্চলখনত দীৰ্ঘদিনৰ পৰাই একাংশ লোকে বেদখল কৰি বসতি স্থাপন কৰিছিল, মছজিদটো ভাঙি নিবলৈ স্থানীয় লোকক প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছিল সময়, প্ৰশাসনে নিৰ্ধাৰণ কৰা সময়ত মছজিদটো আঁতৰাই নিনিয়াত আজি বনবিভাগ আৰু আৰক্ষী তথা অসামৰিক বাহিনীৰ এটি বৃহৎ দল উপস্থিত হৈ উচ্ছেদ চলালে মছজিদত
মছজিদত উচ্ছেদ চলোৱাৰ সময়ত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত