- ‘৩২হাজাৰ টেট শিক্ষকৰ দৰমহা কৰ্তন কৰিব চৰকাৰে’
- ‘৪৫হাজাৰ টকা দৰমহা পোৱা টেট শিক্ষকৰ দৰমহা ৩০ হাজাৰ টকালৈ হ্ৰাস পাব’
- ‘প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট শিক্ষকৰ দৰমহা কৰ্তন কৰিব চৰকাৰে’
- ‘২০১২চনত নিযুক্তি প্ৰাপ্ত টেট শিক্ষকৰ কৰ্তন কৰিব দৰমহা’
- ‘জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীক দৰমহা-পেঞ্চনও দিব নোৱাৰিব চৰকাৰে’
- ‘হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰে শিক্ষকৰ দৰমহা কৰ্তন কৰিব’
- ‘চৰকাৰৰ হাতত পুঁজি অভাৱৰ বাবেই টেট শিক্ষকৰ দৰমহা কৰ্তন কৰিব’
- ‘ডাবুল ইঞ্জিনৰ চৰকাৰৰ অসমৰ ইঞ্জিনটোৰ বিকল হৈছে’
- ‘চৰকাৰৰ ঋণ আৰু বাজেটত নিৰ্ধাৰিত পুঁজি সমান হৈছে’
- এই বিস্ফোৰক অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ