৩ আগষ্টত আদালতত হাজিৰ হ’ব লাগিব পৰেশ বৰুৱা!
পৰেশ বৰুৱা সন্দৰ্ভত বিশেষ বিজ্ঞাপন বাতৰি কাকতত।
বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰি আদালতৰ নিৰ্দেশনা।
NIAৰ আদালতত হাজিৰৰ নিৰ্দেশ পৰেশ বৰুৱাক।
৩ আগষ্টত NIAৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ পৰেশ বৰুৱাক ।
পৰেশ বৰুৱাই বিভিন্ন নামেৰে আত্মগোপন কৰি থকাৰ দাবী NIAৰ।
কামৰুজ জামান খান, নুৰ-উজ-জামান, জামান ভাই, প্ৰদীপ, পৱন বৰুৱা আদি নামেৰে আত্মগোপন কৰি থকাৰ দাবী পৰেশ বৰুৱাই ।
পৰেশ বৰুৱাৰ দৰেই অনুৰূপ নিৰ্দেশ অৰুণোদয় দহোটীয়া, ৰুমেল অসম আৰু সৌৰভ অসমলৈও।