ধুবুৰী,গোৱালপাৰা নহয় খোদ গুৱাহাটীৰ মাজমজিয়াতে অসমৰ ঐতিহ্য ধব্বংস কৰিছে সন্দেহযুক্ত লোকে। সন্দেহযুক্ত লোকে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব বিচাৰিছে গুৱাহাটীৰ এখন ঐতিহাসিক পাহাৰ। মালিগাঁওৰ আদিংগিৰিৰ সূৰ্য পাহাৰত অবৈধভাবে দখল কৰি সন্দেহজনক লোকে নিৰ্মাণ কৰিলে মছজিদ, বনালে মাদ্ৰাছা। মালিগাঁৱৰ আদিংগিৰি সূৰ্য পাহাৰত গঢ়ি উঠিছে সন্দেহজনক লোকৰ দ্বাৰা অবৈধ গাঁও। আদিংগিৰিৰ সূৰ্য পাহাৰৰ নাম সলনি কৰি সন্দেহজনক লোকে ঐতিহাসিক পাহাৰখনৰ নাম দিলে 'কদৰপুৰ'। আদিংগিৰিৰ সূৰ্য পাহাৰৰ নাম 'কদৰপুৰ' বুলি মাদ্ৰাছাৰ ফলকো আৰিছিল সন্দেহজনক লোকসকলে।সন্দেহজনক লোকসকলে আদিংগিৰিৰ সূৰ্য পাহাৰত মছজিদত মাইক লগাই দিনে নিশাই দি আহিছে আজান।
একাংশ সন্দেহজনক লোকে কাৰ সাহসত নাম সলনি কৰিলে ঐতিহাসিক আদিংগিৰিৰ সূৰ্য পাহাৰৰ ? সন্দেহজনক লোকসকলে গাঁও সাজি নাইকিয়া কৰি দিব বিচাৰিছে মালিগাঁৱৰ আদিংগিৰি পাহাৰত থকা সূৰ্য পাহাৰৰ। একাংশ সন্দেহজনক লোকে ঘৰ সাজি বসতি কৰিবলৈ লৈছে মালিগাঁৱৰ আদিংগিৰি সূৰ্য পাহাৰত।
২০১১ চনৰ পৰাই আদিংগিৰিৰ সূৰ্য পাহাৰত সন্দেহজনক লোকে চলাইছিল বেদখল। আদিংগিৰি সূৰ্য পাহাৰৰ টিলাত মছজিদ নিৰ্মাণ কৰি বসতি কৰিবলৈ কোনে বাট দেখুৱালে এইসকল সন্দেহজনক লোকক। শীঘ্ৰেই সন্দেহজনক লোকে গঢ়ি তোলা 'কুদৰপুৰ'ৰ বনাঞ্চলত উচ্ছেদ অভিযান চলাব প্ৰশাসনে।