জুবিন গাৰ্গৰ ৰহস্যজনক মৃ*ত্যুৰ প্ৰথম অভিযুক্ত শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ

Sekhar Arrest

আৰম্ভ হৈ গ'ল SITৰ এক্সন 

জুবিন গাৰ্গৰ ৰহস্যজনক মৃ*ত্যুৰ প্ৰথম অভিযুক্ত শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ 

SITয়ে‌ গ্ৰেপ্তাৰ কৰে শেখৰজ্যোতি গোস্বামীক

আজি শেখৰজ্যোতি গোস্বামীৰ বাসগৃহত এক অভিযানো চলায় SITয়ে‌

শেখৰজ্যোতি গোস্বামীক
গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত এই পৰ্যন্ত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই SITয়ে

SITয়ে শেখৰজ্যোতি গোস্বামীক জালুকবাৰীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে 

আনহাতে, সিদ্ধাৰ্থ শৰ্মাক বিচাৰি Orchid Hill View Appartmentত শতাধিক লোকৰ উত্তপ্ত পৰিস্থিতি 

Orchid Hill View Appartmentত সিদ্ধাৰ্থ শৰ্মা লুকাই থকাৰ অভিযোগ

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *