নৰ্থ ইষ্ট ফেষ্টিভেলৰে জড়িত শ্যামকানু মহন্তৰ ঘনিষ্ঠ ৩ ব্যক্তিক তলব CIDৰ

শ্যামকানু মহন্তৰ অতিকৈ ঘনিষ্ঠ তিনিগৰাকী ব্যক্তিক তলব চিআইডিৰ
শেহতীয়াকৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰে জড়িত আন তিনি ব্যক্তিক তলব কৰিছে CID-এ। সেই তিনিগৰাকী ব্যক্তিৰ নাম ক্ৰমে- নয়নজ্যোতি দাস, দ্বীপজ্যোতি ৰয়, ৰক্তিম ৰয়।
বৃহস্পতিবাৰে CIDৰ কাৰ্যালয়ত হাজিৰ হয় এই তিনি অভিযুক্ত। অভিযোগ অনুসৰি ৰক্তিম ৰয়ে শ্যামকানু মহন্তৰ বিত্তীয় লেনদেনৰ প্রতিটো দিশ চোৱাচিতা কৰিছিল। 
জুবিন গাৰ্গৰ অকাল বিয়োগ সন্দৰ্ভত তদন্ত কৰিছে এছআইটিয়ে।  জেৰাৰ ওপৰি জেৰাৰ সন্মুখীন হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থ। অতিমধ্য়ে দুই অভিযুক্তৰ ওপৰত  সংযোজন কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *