অমৃতপ্ৰভাৰ মোবাইলত বন্দী হৈছিল ছিংগাপুৰৰ য়ট যাত্ৰাৰ ভিডিঅ'!

অমৃতপ্ৰভাৰ মোবাইলত বন্দী হৈছিল ছিংগাপুৰৰ  য়ট যাত্ৰাৰ  ভিডিঅ' ! 'শ্যামকানু, সিদ্ধাৰ্থৰ সমানেই দোষী অমৃতপ্ৰভাও, 'শ্যামকানু, সিদ্ধাৰ্থৰ সমানেই দোষী অমৃতপ্ৰভাও,সংবাদ মাধ্যমৰ আগত অমৃতপ্ৰভাই মিছা মাতিছে'
জুবিন গাৰ্গৰ ঘটনাক লৈ এইবাৰ গায়ক দেবা গীতজৰ চাঞ্চল্যকৰ পোষ্ট সামাজিক মাধ্যমত। 
দেখা গৈছিল যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতেই সামাজিক মাদ্যমত খণ্ড খণ্ডকৈ কেইবাটাও ভিডিঅ' ভাইৰেল হৈ পৰিছিল। যিসমূহ ভিডিঅ' জুবিন গাৰ্গক যথেষ্ট ঙাগৰুৱা দেখা গৈছিল। কেৱল সেয়াই নহয় জুবিন গাৰ্গে য়ট যাত্ৰাৰ এটা ভিডিঅ'আৰু জুবিন গাৰ্গে পানীৰ মাজত সাতুৰি থকাৰ যি ভিডিঅ' ভাইৰেল হৈছিল সেই ভিডিঅ' সমূহ দেকি সকলোৰে মনত প্ৰশ্ন হৈছিল কোনে কিয় খণ্ড খণ্ডকৈ ৰিলিজ কৰিছিল ভিডিঅ'সমূহ? 
আজি  গায়ক দেবা গীতজৰ চাঞ্চল্যকৰ পোষ্টৰ পিছতেই পুনৰ চৰ্চা চলিছে , অমৃতপ্ৰভা মহন্তৰ ৰ মোবাইলত বন্দী হৈছিল ছিংগাপুৰৰ  য়ট যাত্ৰাৰ  ভিডিঅ'। যদি সঁচা হয় তেন্তে কিয় মিছা মাতিছিল সাংবাদিকৰ আগত অমৃতপ্ৰভাই। 
ইতিমধ্যে, CID ৰ জেৰাৰ সন্মূখীন হৈছে অমৃতপ্ৰভা। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *