তদন্তত খেলিমেলি হোৱা যেন অনুভৱ কৰিছে গৰিমা শইকীয়া গাৰ্গে! জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিনৰ মৃ*ত্যুৰ ৰহস্য জানিবলৈ মনৰ ভিতৰত জুই জ্বলি আছে গৰিমা শইকীয়া গাৰ্গৰ । কান্দি কান্দি সাংবাদিকক জনালে গৰিমা শইকীয়া গাৰ্গে ।
"গোটেই খেলিমেলি হৈ গৈছে যেন ভাব হৈছে"
"তথাপিও ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে"
"আমাৰ ভিতৰত জুই জ্বলি আছে"
"জুবিনৰ মৃ*ত্যুৰ আঁৰৰ সঁচা কথা জানিব পাৰিলে শান্তি পাম"
"জুবিনক লৈ ৰাজনীতি হোৱাটো নিবিচাৰোঁ"
"মানুহজন কেতিয়াও উভতি নাহে, কি হৈছিল জানিব বিচাৰিছোঁ"
এনেদৰে আবেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ।