১৫ গৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ SITৰ, কাৰ কাৰ নাম আছে তালিকাত ?

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাজ্যৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ SIT ৰ। 
SIT য়ে আমন্ত্ৰণ কৰিছে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য,সাংবাদিক জাৰিৰ হুছেইনে।
তালিকাত নাম আছে ডিজিটেল মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক  অতনু ভূঞা, আছুৰ সভাপতি উৎপল শৰ্মা, আছুৰ সম্পাদত সমিৰণ ফুকন, জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাৰ। 
SIT ৰ আমন্ত্ৰণ লাভ কৰিছে জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন,চিকিৎসক হিতেশ বৰুৱা,ৰাহুল গৌতম শৰ্মাই। 
আমন্ত্ৰণ লাভ কৰিছে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী,সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, শ্যামন্তক গৌতম আৰু ৰামনুজ দত্ত চৌধুৰীয়ে। 
জুবিনৰ মৃত্যুৰ সন্দৰ্ভত SIT ৰ তদন্তৰ অগ্ৰগতিৰ সন্দৰ্ভত বিশিষ্ট ব্যক্তি সকলক অৱগত কৰা কৰাৰ সম্ভাৱনা আছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *