১৬ মাৰ্চত অসমত ৰাজ্যসভাৰ নিৰ্বাচন, কি হ’ব ৰামেশ্বৰ তেলী, ভূবনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞাৰ ভৱিষ্যত?

ডিজিটেল ডেস্কঃ ১৬ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচন। অসমত ৩ খন আসনৰ বাবে হ’ব নিৰ্বাচন। ৯ এপ্ৰিলত কাৰ্যকালৰ অন্ত পৰিব ৰামেশ্বৰ তেলী, ভূবনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞাৰ। 
১৯ মাৰ্চত পুৱা ৯ বজাৰ পৰা বয়লি ৪ বজালৈকে ভোটগ্ৰহণ। একেদিনাই বিয়লি ৫ বজাৰ পৰা ভোটগণনা। ২০ মাৰ্চৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া শেষ কৰিব লাগিব। ৫ মাৰ্চত মনোনয়নৰ অন্তিম দিন। ৬ মাৰ্চত মনোনয়নৰ পৰীক্ষা। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৯ মাৰ্চ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *