কংগ্ৰেছে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা, কাক ক’ত দিলে টিকট?

ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পেলাই কংগ্ৰেছে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা। এই তালিকাত ২৩ গৰাকী নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছে। অৱশ্যে তালিকাত নাম নাহিল মাত্ৰ কেইদিনমান পূৰ্বে দলত যোগ দিয়া সদ্য অগপ ত্যাগী নেতা জয়ন্ত খাউণ্ডৰ। ৰঙানদী সমষ্টিত নিৰ্বাচন খেলাৰ বাবে কংগ্ৰেছে নেতাগৰা্কীক টিকট প্ৰদান কৰিব বুলি ভবা হৈছিল যদিও এই তালিকাত নাম প্ৰকাশ নহ’ল। পৰৱৰ্তী তালিকাত ৰঙানদীৰ প্ৰাৰ্থী ঘোষণা কৰিব কংগ্ৰেছে। একেদৰে নাম নাহিল জাকিৰ হুছেইন শিকদাৰৰ। পাকা বেতবাৰীৰ পৰা টিকট নাপালে কংগ্ৰেছ ত্যাগ কৰিব বুলি ওলাইছিল জাকিৰ হুছেইন শিকদাৰৰ খবৰ। পৰৱৰ্তী তালিকাতে পাকা বেতবাৰীৰো প্ৰাৰ্থীৰ নাম প্ৰকাশ পাব।

ইফালে পূৰ্বে ৪২খন আসনৰ বাবে টিকট ঘোষণা কৰা কংগ্ৰেছে এইবাৰ ২৩ খন আসনৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা। ক’ত কাক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছেঃ


GOLAKGANJ

KARTIK CHANDRA RAY

BIRSING JARUA

WAZED ALI CHOUDHURY

BILASIPARA

AMRIT BADSHA

MANKACHAR

MOHIBUR ROHMAN

GOALPARA EAST

ABUL KALAM RASHEED ALAM

DUDHNAl-ST

KISHOR KUMAR BRAHMA

SRIJANGRAM

NURUL ISLAM

MANDIA

ABDUL KHALEQUE

CHAMARIA

RAKIBUDDIN AHMED

RANGIA

PRANJIT CHOUDHURY

DIMORIA-SC

KISHORE KUMAR BARUAH

NEW GUWAHATI

SANTANU BORAH

MANGALDAI

SMT. RIJUMONI TALUKDAR

HOJAI

SMT. JHILLI CHOUDHURY

DHEKIAJULI

BATASH URANG

RANGAPARA

KARTIK CHANDRA KURMI

GOHPUR

DR SANKAR JYOTI KUTUM

DHEMAJI (ST)

SAILEN SONOWAL

TINSUKIA

DEVID PHUKAN

TINGKHONG

BIPULGOGOI

DERGAON

SMT. SAGORIKA BORA

DHOLAI (SC)

DHRUBJYOTIPURKAYASTHA

KARIMGANJ SOUTH

AMINUR RASHID CHOUDHURY



Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *