ৰাইজৰ ৰোষত পূব গোৱালপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰশিদ আলম

  • ৰাইজৰ ৰোষত পূব গোৱালপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰশিদ আলম
  • আলমক খেদিলে ৰাইজে
  • প্ৰচাৰ সভাতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক একাংশই কৰিলে জবাবদিহি
  • সমষ্টিটোৰ নয়াপাৰা, বালিপাৰা, শালমাৰাত আছিল প্ৰচাৰ সভা
  • ৰাইজে খেদিব বুলি ভাবি লগত নিছিল বহু সংখ্যক আৰক্ষী
  • ৰাইজৰ ৰোষত পৰাৰ পাছতে ভয় খাই প্ৰচাৰ সামৰি উভতিল ৰশিদ আলম
  • একাংশই এ কে ৰশিদ আলম গ’ বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *