- আকৌ অসমলৈ আহিব আনন্দ মিশ্ৰ
- অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেতাগৰাকীয়ে
- অসমত ৫ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈকে থাকিব নেতাগৰাকী
- প্ৰাক্তন IPS বিষয়াগৰাকী ৫ এপ্ৰিলৰ পুৱা ১০.৩০ বজাত পাবহি ডিব্ৰুগড়
- আনন্দ মিশ্ৰ বৰ্তমান বিহাৰৰ বিধায়ক
- ৫ এপ্ৰিলত তিনিচুকীয়া জিলাত মিশ্ৰই চলাব নিৰ্বাচনী প্ৰচাৰ
- ৬ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব আনন্দ মিশ্ৰই
- ৭ এপ্ৰিলত নেতাগৰাকীয়ে নগাঁও জিলাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে
- আৰক্ষী সেৱাত নিয়োজিত থকাৰ সময়ত তিনিওখন জিলাত মিশ্ৰই কাম কৰিছিল
- বিজেপিয়ে যুৱ চামক আকৰ্ষিত কৰিবলৈ আনন্দ মিশ্ৰৰ সহায় বিচাৰিছে
- অৱশ্যে মিশ্ৰৰ আগমনৰ কথা এতিয়ালৈকে আনুষ্ঠানিকভাৱে বিজেপিয়ে সদৰী কৰা নাই
