- আজি পুনৰবাৰ অসমলৈ ৰাহুল গান্ধী
- কংগ্ৰেছ নেতাগৰাকীয়ে অসমত চলাব নিৰ্বাচনী প্ৰচাৰ
- বিশ্বনাথ, গোলাঘাট, কমলপুৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ
- ৩খন জিলাত বিৰোধীৰ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ
- এফালে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী, আনফালে ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধী
- সকলোৱে চেষ্টা কৰিছে নিজৰ শক্তি বৃদ্ধি কৰিবলৈ
- অসমত আহি ইতিমধ্যে ৰাহুলে অংশ লৈছে নিৰ্বাচনী প্ৰচাৰ সভাত
- বিজেপিৰ বিৰুদ্ধে ৰাহুলক গৰজি উঠা দেখিবলৈ পোৱা গৈছে
- ইতিমধ্যে বিশ্বনাথত ৰাহু গান্ধীৰ আজিৰ সভা আৰম্ভ হৈছে
