- আজি ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল
- পুৱা ১০.৩০ বজাত ফলাফল ঘোষণা কৰা হ’ব
- এইবৰ্ষত পৰীক্ষাত বহিছিল ৪ লাখ ৩৮ হাজাৰ ৫৬৫ গৰাকী শিক্ষাৰ্থী
- শিক্ষা বিভাগে সদৰী কৰা অনুসৰি ১,০৪৬টা কেন্দ্ৰত হৈছিল পৰীক্ষা
- ছেবাৰ মোবাইল এপৰ লগতে ১৪টা ৱেবছাইটত পাব ফলাফল
- ৱেবচাইট কেইটা হৈছেঃ
- https://sebaonline.org
- resultsassam.nic.in
- www.indiaresults.com
- www.results.shiksha
- www.assam.shiksha
- exametc.com
- www.schools9.com
- assamresult.in
- www.jagranjosh.com
- www.vidyavision.com
- indianexapress.com
- assamjobalerts.com
- vidyavission.com
- iresults.net
