- চিৰাঙৰ হিংসাত্মক পৰিস্থিতিক লৈ সষ্টম আৰক্ষী-প্ৰশাসন
- মোতায়েন কৰা হৈছে ৰেপিড একছন ফ’ৰ্চ
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত ৰেপিড একছন ফ’ৰ্চৰ বিশাল বাহিনী মোতায়েন
- চিৰাং, কোকৰাঝাৰৰ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা
- হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন পন্থা
- বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ল’ব কঠোৰ ব্যৱস্থা
- ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে আৰক্ষীৰ শীৰ্ষ বিষয়াই
- শেহতীয়াকৈ ক্ৰমাৎ শান্ত হৈছে চিৰাঙৰ ৰুণীখাটাৰ অগ্নিগৰ্ভা পৰিস্থিতি
