বিজেপিৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল গৌৰৱ গগৈ

  • বিজেপিৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল গৌৰৱ গগৈ
  • নতুন দিল্লীত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ সংবাদমেল
  • ৪ মে’ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিব বুলি মন্তব্য গৌৰৱৰ
  • হিমন্ত বিশ্ব শৰ্মা হতাশ হোৱা বুলিও দাবী সাংসদগৰাকীৰ
  • আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ গৌৰৱ গগৈৰ
  • পৱন খেড়াৰ অভিযোগৰ পাছতে বহু বিষয় পোহৰলৈ অহা বুলি মন্তব্য
  • আৰক্ষীয়ে ৰাইজৰ হৈ কাম কৰক বুলি গৌৰৱৰ পৰামৰ্শ
  • সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়কক লৈয়ো গৌৰৱৰ প্ৰতিক্ৰিয়া
  • মহিলা সবলীকৰণৰ নামত দেশৰ সংবিধান সংশোধনীৰ বিষয়টোৰ সৈতে ৰাজনীতি কৰাৰ অভিযোগ
  • সমষ্টি পুণৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ
  • আমি বিৰোধীয়ে ইয়াক প্ৰতিহত কৰিলোঁ আৰু সংবিধান ৰক্ষা কৰিলোঁ বুলি মন্তব্য গৌৰৱৰ
  • আজিলৈকে অসম চুক্তি কিয় ৰূপায়ণ কৰা নাই বুলি মন্তব্য গৌৰৱৰ

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *