- ব’হাগৰ বিহুৰ মঞ্চত জুবিন গাৰ্গৰ গীতক বিকৃত কৰি বিপদত মৰ্মিতা মিত্ৰ
- মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত গৰজি উঠিছে জুবিন অনুৰাগী
- গোলাঘাট, শিৱসাগৰৰ পাছত কাজিৰঙাত বাতিল মৰ্মিতাৰ অনুষ্ঠান
- জুবিন গাৰ্গৰ পৰিয়ালো অসন্তুষ্ট মৰ্মিতাৰ কাণ্ডত
- মৰ্মিতা মিত্ৰক সমালোচনা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু পত্নী গৰিমা গাৰ্গৰ
- জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধ ৰূপত পৰিৱেশন কৰাৰ আহ্বান জুবিনৰ পৰিয়ালৰ
- মৰ্মিতা মিত্ৰক ক্ষমা খোজাৰ দাবী আছু নেতৃত্বৰো
- মৰ্মিতাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ এটা সংগঠনৰ
- আজিও আন এটা সংগঠনে দিব মৰ্মিতাৰ বিৰুদ্ধে গোচৰ
- সামাজিক মাধ্যমত মৰ্মিতাৰো প্ৰতিক্ৰিয়া
- অজানিতে ভুল হোৱা বুলি কৈ ক্ষমা বিচাৰিছে মৰ্মিতাই
- অসমবাসীয়ে আঘাত পোৱা কাম নকৰো বুলি প্ৰতিশ্ৰুতি মৰ্মিতাৰ
