- চিৰাঙৰ হিংসাত্মক পৰিস্থিতিক লৈ সষ্টম আৰক্ষী-প্ৰশাসন
- এতিয়ালৈকে ১৬ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
- গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত এজন নাবালকো আছে
- গ্ৰেপ্তাৰৰ তালিকাত মাথিয়াছ সুৰেন, বিজয় মুৰ্মুষ, পৰিমল মাৰ্ডি
- চুজিট মাৰ্চি, টেমবো টুটু, চুনিৰাম মাৰ্চিকো গ্ৰেপ্তাৰ
- একেদৰে গ্ৰেপ্তাৰ কিছটু হেমৰ্ম, চংখে বাচটি, প্ৰভাদ হাচদা
- আৰক্ষীৰ জালত আদ্ৰিয়াচ মুৰ্মু, ৰাইজেন কুডু, অজিত মুৰ্মুষ
- সুপল হাসদা, হেমন্ত কুমাৰ মুৰ্মু, লিপচন মুৰ্মুকো গ্ৰেপ্তাৰ
- মোতায়েন কৰা হৈছে ৰেপিড একছন ফ’ৰ্চ
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত ৰেপিড একছন ফ’ৰ্চৰ বিশাল বাহিনী মোতায়েন
- চিৰাং, কোকৰাঝাৰৰ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা
- হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন পন্থা
- বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ল’ব কঠোৰ ব্যৱস্থা
- ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে আৰক্ষীৰ শীৰ্ষ বিষয়াই
- শেহতীয়াকৈ ক্ৰমাৎ শান্ত হৈছে চিৰাঙৰ ৰুণীখাটাৰ অগ্নিগৰ্ভা পৰিস্থিতি
- IGP বিবেক ৰাজ সিঙে পৰ্যবেক্ষণ কৰি আছে পৰিস্থিতি
