সোমবাৰে বন্ধ থাকিব সকলো বিদ্যালয়

  • সোমবাৰে কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ
  • গুৱাহাটীত দেওবাৰে হোৱা বানপানীৰ পাছতে এই সিদ্ধান্ত
  •  বিভিন্ন প্ৰান্তত বৰ্তমানেও বানপানীৰ বাবে ঘৰলৈ যাব পৰা নাই বিভিন্ন লোক
  • কামৰূপ মহানগৰ জিলাৰ আয়ুক্তই বন্ধ ঘোষণা কৰিছে বিদ্যালয়
  • এজাক মুষলধাৰ বৰষুণত যোগাযোগ বিছিন্ন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত 
  • উজনি নামনি দুয়োটা ফালে তীব্ৰ যানজঁটৰ সন্মুখীন যোৰাবাটত
  • ইতিমধ্যে বাহন সমূহ পথৰ কাষতে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে
  • গণেশমন্দিৰ-কাহিলীপাৰা সংযোগী পথ কেইবা ঘন্টা ধৰি বন্ধ হৈ আছে

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *