কৃত্ৰিম বানত উটি যোৱা যুৱতীগৰাকীক এতিয়াও পোৱা নাই বিচাৰি

  • কৃত্ৰিম বানৰ মাজতে গুৱাহাটীত ভয়ংকৰ অঘটন
  • মালিগাঁৱত নলাত পৰি উটি গ’ল এগৰাকী যুৱতী
  • যুৱতীগৰাকীক উদ্ধাৰৰ বাবে SDRFৰ অভিযান অব্যাহত
  • এই পৰ্যন্ত সন্ধান নাই যুৱতীগৰাকীৰ
  • যুৱতীগৰাকীৰ নাম পায়েল নাথ
  • ধাৰাপুৰত ঘৰ যুৱতীগৰাকীৰ 
  • মালিগাঁও চাৰিআলিত সংঘটিত হৈছে এই ঘটনা

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *