পৰাপক্ষত বৰ্তমান নোলাব ঘৰৰ পৰা

  • পৰাপক্ষত বৰ্তমান নোলাব ঘৰৰ পৰা 
  • গুৱাহাটী মহানগৰীত বানৰ বাবে অবৰ্ণনীয় পৰিস্থিতি
  • কৃত্ৰিম বানৰ বাবে চৌদিশে হাহাকাৰ
  • সন্ধিয়াই ঘৰৰ পৰা ওলাই যোৱা লোক এতিয়াও আবদ্ধ বিভিন্ন প্ৰান্তত
  • এতিয়াও বিভিন্ন প্ৰান্তত আবদ্ধ হাজাৰ হাজাৰ লোক
  • SDRFৰ তৰফৰ পৰা চলোৱা হৈছে উদ্ধাৰ অভিযান
  • কৃত্ৰিম বানৰ মাজতে গুৱাহাটীত ভয়ংকৰ অঘটন
  • মালিগাঁৱত নলাত পৰি উটি গ’ল এগৰাকী যুৱতী
  • যুৱতীগৰাকীক উদ্ধাৰ কৰে SDRF-য়ে
  • যুৱতীগৰাকীৰ নাম পায়েল নাথ
  • ধাৰাপুৰত ঘৰ যুৱতীগৰাকীৰ 
  • মালিগাঁও চাৰিআলিত সংঘটিত হৈছে এই ঘটনা

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *