মহানগৰীত বানত নিখোজ হোৱা যুৱতীক উদ্ধাৰ

  • মালিগাঁৱত নলাত পৰি উটি যোৱা যুৱতীগৰাকীক উদ্ধাৰ
  • পায়েল নাথক উদ্ধাৰ ঘটনা সংঘটিত হোৱা ঠাইৰ পৰা ১৫০ মিটাৰ আঁতৰত
  • নলাৰ এটা উন্মুক্ত অংশত উদ্ধাৰ যুৱতীগৰাকীক
  • দুজন যুৱকে প্ৰত্যক্ষ কৰাৰ পাছতে উদ্ধাৰ হয়
  • যুৱতীগৰাকীক উদ্ধাৰৰ বাবে SDRF-য়ে অভিযান অব্যাহত ৰাখিছিল
  • অচেতন অৱস্থাত উদ্ধাৰ পায়েল নাথক
  • ধাৰাপুৰত ঘৰ যুৱতীগৰাকীৰ 
  • মালিগাঁও চাৰিআলিত সংঘটিত হৈছে এই ঘটনা
  • কেইবা ঘন্টা সময় অভিযান চলোৱাৰ অন্তত উদ্ধাৰ হয়
  • পায়েলক ততাতৈয়াকৈ লৈ যোৱা হৈছে পাণ্ডুৰ FRUলৈ

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *