- গুৱাহাটী মহানগৰীৰ কিছু কিছু ঠাইত পুনৰ বৰষুণৰ সম্ভাৱনা
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী
- উজনি অসমত ৫ দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা
- গুৱাহাটী মহানগৰীত বানৰ বাবে অবৰ্ণনীয় পৰিস্থিতি
- কৃত্ৰিম বানৰ বাবে চৌদিশে হাহাকাৰ
- বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ফলত বিপদত জনতা
