- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেতা পৱন খেড়া
- জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন
- ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত জামিন বিচাৰি আবেদন কংগ্ৰেছ নেতাজনৰ
- মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ
- নিৰ্বাচনৰ প্ৰাকক্ষণত মন্তব্য কৰিছিল পৱন খেড়াই
- মুখ্যমন্ত্ৰী পত্নীৰ ৩ খনকৈ দেশৰ পাছপ’ৰ্ট থকা বুলি অভিযোগ কৰিছিল AICCৰ নেতাজনে
- আজি হ'ব জামিন আবেদনৰ শুনানি
