শ্যামকানুৰ পাছতে সিদ্ধাৰ্থই দাখিল কৰিলে জামিন আবেদন

  • মুকলি আকাশৰ তললৈ আহিব বিচাৰে সিদ্ধাৰ্থ শৰ্মা
  • এইবাৰ সিদ্ধাৰ্থই জামিন বিচাৰি কৰিছে আবেদন
  • শ্যামকানু মহন্তৰ পাছতে জামিন আবেদন দাখিল সিদ্ধাৰ্থৰ
  • প্ৰাপ্ত তথ্য অনুসৰি, বিশেষ আদালতত জামিন বিচাৰি আবেদন সিদ্ধাৰ্থৰ
  • অৱশ্যে এতিয়াও জামিন পোৱা নাই শ্যামকানুৱে
  • শুনানি সম্পন্ন হোৱা নাই শ্যামকানু মহন্তৰ আবেদনৰ
  • একেদৰে আদালতে সিদ্ধাৰ্থ শৰ্মাৰ আবেদনৰ শুনানিৰো দিন ধাৰ্য কৰা নাই
  • জামিন বিচাৰি আদালতত বহুকেইটা কাৰণ দৰ্শাইছে সিদ্ধাৰ্থই 
  • জুবিন গাৰ্গ হত্যাৰ গোচৰত কাৰাৰুদ্ধ হৈ আছে সিদ্ধাৰ্থ শৰ্মা

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *