মহানগৰীৰ পল্টনবজাৰত সংঘটিত হৈছে অঘটন

  • মহানগৰীৰ পল্টনবজাৰত সংঘটিত হৈছে অঘটন
  • চাৰিচকীয়া বাহনৰ খুন্দাত আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যু 
  • থাৰ বাহনে মহটিয়াই নিলে শিশুটিক
  • বাহনখন পঞ্জীয়নবিহীন বুলি জানিব পৰা গৈছে
  • দুৰ্ঘটনা সংঘটিত কৰা বাহন জব্দ পল্টনবজাৰ আৰক্ষীৰ
  • ইফালে সন্দেহৱশতঃ এখন ছুইফটৰ চালকক প্ৰহাৰ একাংশৰ
  • ছুইফটৰ চালকজন আহিছিল শিশুটিক উদ্ধাৰৰ বাবেহে
  • বাচ-বিচাৰ নকৰাকৈ দিগম্বৰ ডেকাক প্ৰহাৰ উত্তেজিত লোকৰ
  • থাৰখনৰ চালক মিণ্টু আলীক আটক আৰক্ষীৰ

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *