- নিৰ্বাচনী বিষয়া কৰ্ণেলিয়াছ কিন্দোৰ মৃত্যুৰ CBI তদন্তৰ দাবী
- বিভিন্ন দল-সংগঠনে উত্থাপন কৰিছে এই দাবী
- আদিবাসী ছাত্ৰ সন্থায়ো উত্থাপন কৰিছে
- ভোটকেন্দ্ৰটোত নিয়োজিত প্ৰতিজন বিষয়াক তদন্তৰ আওতালৈ অনাৰ দাবী
- ৯ এপ্ৰিলত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা নিখোজ হৈছিল কাৰ্বি আংলঙৰ ধনশিৰিৰ শিক্ষকজন
- ১৮ এপ্ৰিলত উদ্ধাৰ হৈছিল কৰ্ণেলিয়াছ কন্দোৰ মৃতদেহ
- হাওৰাঘাট সমষ্টিৰ ছাৰপ’ কাথাৰ এল পি স্কুলত আছিল ভোটকেন্দ্ৰটো
- ঘটনাৰ তদন্ত আৰম্ভ হোৱা বুলি জনায় জিলা আয়ুক্ত আৰণ্যক শইকীয়াই
- কৰ্ণেলিয়াছ কিন্দোৰ পৰিয়ালে শীঘ্ৰেই ক্ষতিপূৰণ পাব বুলিও জনালে জিলা আয়ুক্তই
