- নগাঁৱৰ কাৰাগাৰত ভয়ংকৰ অঘটন
- কাৰাগাৰত মত্যু হৈছে দুই কয়দীৰ
- কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু হৈছে জিতুমণি কোঁৱৰৰ
- একেদৰে নগাঁৱৰ বিশেষ কাৰাগাৰত মৃত্যু ৰূপসিং দেৰাৰ
- প্ৰাপ্ত তথ্য অনুসৰি হত্যাৰ গোচৰৰ অভিযুক্ত আছিল কাৰ্বিআংলঙৰ ৰূপসিং দেৰা
- ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া
- ঘটনা সন্দৰ্ভত নগাঁও জিলা আয়ুক্তই ঘোষণা কৰিছে তদন্ত
- অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাক দিয়া হৈছে তদন্তৰ দায়িত্ব
