এইবাৰ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ৰোষত পৰিছে অভিনেতা সঞ্জয় দত্ত

  • এইবাৰ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ৰোষত পৰিছে অভিনেতা সঞ্জয় দত্ত
  • অভিনেতাগৰাকীৰ বিৰুদ্ধে অশ্লীল আৰু আপত্তিজনক গীতত অভিনয় কৰাৰ অভিযোগ
  • ‘কে ডি : দ্য ডেভিল’ ছবিৰ এটি গীতৰ বাবে বিতৰ্কত দত্ত
  • ‘ছড়কে ছুনৰ তেৰী’ গীতটিৰ নৃত্য ভংগীমা আৰু কথাত আপত্তি মহিলা আয়োগৰ 
  • অভিনেত্ৰী নোৰা ফতেহিও পৰিছে মহিলা আয়োগৰ ৰোষত 
  • অৱশ্যে আয়োগৰ সন্মুখত ক্ষমা-প্ৰাৰ্থনা কৰিছে অভিনেতাগৰাকীয়ে
  • অভিনেতাগৰাকীয়ে জনজাতীয় ৫০ গৰাকী শিশুৰ শিক্ষাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *