নগাঁৱৰ কাৰাগাৰত কয়দীৰ মৃত্যুক লৈ অব্যাহত প্ৰতিক্ৰিয়া, চলিছে তদন্ত

  • নগাঁৱৰ কাৰাগাৰত কয়দীৰ মৃত্যুক লৈ অব্যাহত প্ৰতিক্ৰিয়া  
  • ঘটনাৰ প্ৰসংগত চলিছে তদন্ত
  • জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত চলিছে তদন্ত
  • উল্লেখ্য যে, নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰ, বিশেষ কাৰাগাৰত মৃত্যু হৈছিল দুই কয়দীৰ
  • জিলা আয়ুক্তৰ নিৰ্দেশত দুগৰাকীকৈ অতিৰিক্ত আয়ুক্তই চলাইছে তদন্ত
  • প্ৰাপ্ত তথ্য অনুসৰি, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল দুয়োগৰাকী কয়দীৰ
  • ইফালে ১৫দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ
  • কাৰাগাৰত চলা অনিয়মৰ বিৰুদ্ধেও তদন্ত চলাব জিলা আয়ুক্তই

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *