এতিয়াৰে পৰা HSৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল জুবিন গাৰ্গ

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সন্মান জনাই এতিয়াৰে পৰা HSৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল জুবিন গাৰ্গ! একেদৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বিষয়ো পঢ়িব লাগিব শিক্ষাৰ্থীসকলে। দুয়োগৰাকী শিল্পীৰ বিষয়ে শুদ্ধকৈ লিখি পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ৫ নম্বৰ।
ASSEBৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে সদৰী কৰা অনুসৰি জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰ বিষয়ে স্থান লাভ কৰিছে এইবাৰৰ নতুন পাঠ্যক্ৰমত। জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰ বিষয়ৰ ওপৰত আহিব ৫ নম্বৰৰ প্ৰশ্ন। জুবিনক যুগমীয়া কৰাৰ লক্ষ্যৰে এই প্ৰয়াস ASSEBৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *